Saturday, May 23, 2020

আমি কিয় পৃথক



আপোনাৰ ঘৰত অনুষ্ঠিত হবলগীয়া বিয়া খন কোনো সু পৰিকল্পিত ভাবে আয়োজন কৰিবলৈ আমাৰ নো এনে কি বিশেষত্ব আছে আপোনি নিশ্চয় জানিব বিচাৰিব আৰু আমি আপোনাৰ আগত আমাৰ বিশেষত্ব সমূহ প্ৰকাশ কৰিব লৈ আমি সুখী হম

প্ৰথমে হ'ল একবিংশ শতিকাৰ ব্যস্ততাপূৰ্ণ জীৱনত আপুনি বিয়া এখন আয়োজন কৰিবলৈ আগ্ৰহী হয় কিন্তু তেতিয়া ই আপোনাক বিয়া খন আয়োজন কৰাৰ সময়ত দেখা দিয়া নানা সৰু বৰ সমস্যাই আগত আহি ধৰা দিয়ে আৰু যি সমূহ সমস্যা লগত আপোনি বিয়া সেই নিৰ্দিষ্ট দিনটোৰ লৈকে সমাধান কৰাত ব্যস্ত থাকে আৰু শেষত গৈ আনন্দৰ মূহুৰ্ত বোৰ তো আপোনি ক্লান্ত আৰু ভাগৰুৱা হৈ থাকে ..হয়তো আপোনাৰ কৰোবাত ৰৈ যায় দূৰৈৰ পৰা সেই নিজৰ সম্বন্ধীয় সকলৰ লগত এপলক হাঁহি ফুৰ্তিত সময় কতাবলৈ বা এবাৰ মন খুলি সেই নিৰ্দিষ্ট দিনটোৰ সময় বোৰ অনুভৱ কৰিবলৈ.....

এতিয়া ৰ পৰা আপুনি তেনে কোনো চিন্তা নকৰিব আমি আপোনাৰ বিয়া খন আয়োজন কৰোতে আপোনাক সেই সকলো সময় আপোনাক আনন্দত অতিবাহিত কৰিব দিম কোনো চিন্তা ত নহয়. আপুনি মাথো অতিথি সকলক সময় দিয়ক আনন্দৰ সেই মুহুৰ্ত বোৰ উপভোগ কৰক আৰু ঘৰৰ বিয়া খনত সকলোৰে লগত এপাক জানো নে নাচি থাকিব পাৰি.......

           আমি আপোনাক আপোনাৰ বিয়া খনত দৰকাৰ হোৱা সকলো সামগ্ৰী আৰু সেৱা আপোনাক যুগুতাই দিয়া লগতে বিয়া দিনতো আমাৰ Dreams পৰিয়ালৰ সদস্য সকলে এজন পৰিয়ালৰ সদস্য দৰে দায়িত্ব লৈ তাত উপস্থিত থাকিব যিয়ে আমাক আনত কৈ পৃথক কৰে.

          আপোনাক আমি আপোনাৰ বিয়া খনত যোগান ধৰা সামগ্ৰী সমূহৰ লগতে সেৱা সমূহৰ গুনাগুন ৰ মানদণ্ড আপুনি বিচৰাত কৈ যে অধিক পাব তাৰ প্ৰতিশ্ৰুতি আমি আপোনাক দিম....
 

হয়তো ইয়াত লিখাত আপোনাৰ মনৰ বহু প্ৰশ্নৰ উত্তৰ আমি দিব পৰা নাই সেই বাবে আপুনি আমাৰ তলত উল্লেখ কৰা ঠিকনাত বা দূৰভাষ ত যোগাযোগ কৰিলেই আপোনাৰ সকলো প্ৰশ্ন ৰ উত্তৰ পাব. 
ধন্যবাদ.

আমাৰ যোগাযোগৰ ৰ ঠিকনাShop No 12 ,OPP. SBI ATM, Red Cross Road, Sibsagar,Assamদুৰভাষ:-8011428030

Wednesday, May 20, 2020

আমাৰ বিশ্বাসযোগ্যতা

              অসমত এশ ৰো অধিক জাতি জনগোষ্ঠী য়ে সমিল মিলেৰে বস বাস কৰে আৰু প্ৰতিটো.
জাতি জনগোষ্ঠীৰে সামাজিক বা আধ্যাত্মিক কাৰ্য্য নিজস্ব এক ৰীতি নীতি পৰম্পৰা আছে.
       আমাৰ কেইজনমান অসমীয়া যুৱকৰ প্ৰচেষ্টাত ২০১৬  বৰ্ষ ৰ আগষ্ট মাহত গঢ়ি উঠা এই Dreams পৰিয়ালে নিজৰ ৬২ ৰো অধিক বিয়া আৰু অন্যান্য সামাজিক অনুষ্ঠান সমূহ আয়োজন কৰা অভিজ্ঞতা ত তাৰে বহু কেইটা জাতি জনগোষ্ঠীৰ ৰীতি নীতি সম্পৰ্কত বহু নজনা কথা জনা লগতে কিছু জ্ঞান আহৰণ কৰিবলৈ সুবিধা পালো. 

আমাৰ শক্তি
       আগতে কৈ অহাৰ দৰে আমাৰ অভিজ্ঞতা সমূহ ৰ পৰা আমি Dreams পৰিয়ালে নিজৰ সদস্য সকলক যিকোনো এটা অনুষ্ঠান সুচাৰু আৰু সফল ভাৱে আগুৱাই নিবলৈ এক দৃঢ় আত্মবিশ্বাসেৰে সৈতে প্ৰস্তুত কৰিবলৈ সক্ষম হ'লো আৰু অনাগত দিন সমূহত এই আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব বুলি আমাৰ আশা আছে.

আমাৰ সদস্য সকলৰ মূল নীতি
       আমি একো একোজন অসমীয়া হিছাপে Dreams পৰিয়ালৰ ৰ সদস্য সকলে ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰা ক্ষুদ্ৰ উদ্যোগ তোৰ কামৰ লগত যে একোটা পৰিয়ালৰ সন্মান জড়িত হৈ থাকে সেই কথা ক আমি সদায় প্ৰাধান্য দিও আৰু সেই বাবে আমি নিজৰ কামৰ গুনাগুন সমূহৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰো. আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ দৰে.

আমাৰ যোগাযোগৰ ৰ ঠিকনা
Shop No 12 ,OPP. SBI ATM, Red Cross Road, Sibsagar,Assam
দুৰভাষ:-
8011428030

Tuesday, May 19, 2020

আমি কেনেদৰে কাম কৰো / How we work

এখন বিয়া আয়োজন কৰিব যাঁওতে দৰা ঘৰ বা কইনা ঘৰৰ মানুহে বহু সৰু ডাঙৰ সমস্যা ৰ সন্মুখীন হব লগা হয় যেনে ৰভা ঘৰৰ কেনেকুৱা হব,  খোৱা বোৱা ত কেনে ধৰণৰ ব্যঞ্জন থাকিব আৰু সেই ব্যঞ্জন সমুহৰ বাবে নিমন্ত্ৰিত অতিথি জোখেৰে কিমান বজাৰ লাগিব, দৰা কইনা ৰ ৰূপসজ্জা ৰ ব্যৱস্থা লগতে এজন ভাল ফটোগ্ৰাফা ৰ লগত যোগাযোগ কৰা, বিয়া ৰ ৰভা ঘৰ কেনে ধৰণে জাকত জিলিকা কৈ সজোৱা হব আৰু বহুতু এনে ধৰণৰ কিছুমান সৰু বৰ সমস্যা অাৰু এই  সমস্যা বোৰ সমাধান কৰিব যাওঁতে বিয়া খনৰ সেই সুন্দৰ মুহুৰ্ত বোৰ উপভোগ কৰিবলৈ ৰৈ যায়.

ইয়াৰ সমাধান
   আমি Dreams এ সেই সমস্যা সমুহ ৰ সমাধানৰ দায়িত্ব লম এজন আপোনাৰ পৰিয়ালৰ সদস্য ৰ দৰে. আমি আপোনাৰ বিয়া খন সুব্যৱস্থিত আৰু সুচাৰুৰূপে আগবঢ়াই নিবলৈ সকলো ধৰণৰ  ব্যৱস্থা কৰি দিম যাতে আপুনি আৰু আপোনাৰ পৰিয়ালে বিয়া খনৰ প্ৰতিটো মুহুৰ্ত আনন্দ উল্লাসৰ মাজেৰে উপভোগ কৰিব পাৰে.

এতিয়া হয়তো আপোনাৰ আন এটা চিন্তা হ'ল আমি আপোনি বিয়া খন ত খৰচ কৰিম বুলি ভবা ত কৈ অধিক কৰিব লাগিব বুলি.
তেনে কোনো চিন্তাই আপুনি মনত নাৰাখিব আমি আগত কৈ আহিছো এ যে এজন পৰিয়ালৰ সদস্য ৰ দৰে আমি দায়িত্ব খিনি ল'ম.
সেই বাবে আপুনি খৰচ কৰিব বিচৰা ধনৰ ভিতৰতে আমি আপোনাক সকলো কৰি দিব চেষ্টা কৰিম আৰু ই এক প্ৰতিশ্ৰুতি Dreams পৰিয়ালৰ আপোনালৈ.



     The Members of Groom’s Family or  Bride’s Family  have to face many small and big problems  in arranging a wedding Ceremony like how the hall will be like, what kind of consonant will be in the food and how much the food needed for the invited guests need for those consonants ,the system also includes contacting a good photographer, how the wedding hall will be decorated with Flowers & Lights and many other small and big problems. For That The Family members are not able to enjoy the Happiest moments of the Wedding

The solution
   We at Dreams We are responsible for resolving those issues as a member of your family. We will make every effort to ensure that your marriage goes smoothly and smoothly so that you and your family can enjoy every moment of your marriage with joy.

    Now you may have another thought that we should spend more on your wedding plan than we think we should.
You don't have to worry about that. We have already said that we will take responsibility as a family member.
That's why we will try to give you all in the Budget you want to spend and this is a promise of Dreams family to you.

আমাৰ যোগাযোগৰ ৰ ঠিকনা Shop No 12 ,OPP. SBI ATM, Red Cross Road, Sibsagar,Assam
 দুৰভাষ:- 8011428030

Our contact address Shop No 12, OPP. SBI ATM, Red Cross Road, Sibsagar, Assam
 Phone: - 8011428030

Monday, May 18, 2020

Why we are?


                    
            A marriage is equally important to whole family along with bride and bridegroom. Organizing a marriage ceremony is not a easy task at all. You have to manage hundreds of things to successfully solemnized your marriage ceremony. Due to this issue family of the bride and bridegroom missed the quality events of the marriage.  Our organization feels this issue and take your all burden of organizing your marriage according to your wish and aspiration.