Wednesday, May 20, 2020

আমাৰ বিশ্বাসযোগ্যতা

              অসমত এশ ৰো অধিক জাতি জনগোষ্ঠী য়ে সমিল মিলেৰে বস বাস কৰে আৰু প্ৰতিটো.
জাতি জনগোষ্ঠীৰে সামাজিক বা আধ্যাত্মিক কাৰ্য্য নিজস্ব এক ৰীতি নীতি পৰম্পৰা আছে.
       আমাৰ কেইজনমান অসমীয়া যুৱকৰ প্ৰচেষ্টাত ২০১৬  বৰ্ষ ৰ আগষ্ট মাহত গঢ়ি উঠা এই Dreams পৰিয়ালে নিজৰ ৬২ ৰো অধিক বিয়া আৰু অন্যান্য সামাজিক অনুষ্ঠান সমূহ আয়োজন কৰা অভিজ্ঞতা ত তাৰে বহু কেইটা জাতি জনগোষ্ঠীৰ ৰীতি নীতি সম্পৰ্কত বহু নজনা কথা জনা লগতে কিছু জ্ঞান আহৰণ কৰিবলৈ সুবিধা পালো. 

আমাৰ শক্তি
       আগতে কৈ অহাৰ দৰে আমাৰ অভিজ্ঞতা সমূহ ৰ পৰা আমি Dreams পৰিয়ালে নিজৰ সদস্য সকলক যিকোনো এটা অনুষ্ঠান সুচাৰু আৰু সফল ভাৱে আগুৱাই নিবলৈ এক দৃঢ় আত্মবিশ্বাসেৰে সৈতে প্ৰস্তুত কৰিবলৈ সক্ষম হ'লো আৰু অনাগত দিন সমূহত এই আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব বুলি আমাৰ আশা আছে.

আমাৰ সদস্য সকলৰ মূল নীতি
       আমি একো একোজন অসমীয়া হিছাপে Dreams পৰিয়ালৰ ৰ সদস্য সকলে ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰা ক্ষুদ্ৰ উদ্যোগ তোৰ কামৰ লগত যে একোটা পৰিয়ালৰ সন্মান জড়িত হৈ থাকে সেই কথা ক আমি সদায় প্ৰাধান্য দিও আৰু সেই বাবে আমি নিজৰ কামৰ গুনাগুন সমূহৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰো. আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ দৰে.

আমাৰ যোগাযোগৰ ৰ ঠিকনা
Shop No 12 ,OPP. SBI ATM, Red Cross Road, Sibsagar,Assam
দুৰভাষ:-
8011428030

1 comment:

  1. Coin Casino Review ᐈ €200 Bonus + 100 FS - CasinoNow
    Coin 바카라 Casino is a safe and secure casino that offers 메리트카지노총판 top quality games 인카지노 for casino players. This casino offers a range of safe gaming, a fantastic welcome bonus, and  Rating: 3.5 · ‎Review by CasinoNow

    ReplyDelete