Saturday, May 23, 2020

আমি কিয় পৃথক



আপোনাৰ ঘৰত অনুষ্ঠিত হবলগীয়া বিয়া খন কোনো সু পৰিকল্পিত ভাবে আয়োজন কৰিবলৈ আমাৰ নো এনে কি বিশেষত্ব আছে আপোনি নিশ্চয় জানিব বিচাৰিব আৰু আমি আপোনাৰ আগত আমাৰ বিশেষত্ব সমূহ প্ৰকাশ কৰিব লৈ আমি সুখী হম

প্ৰথমে হ'ল একবিংশ শতিকাৰ ব্যস্ততাপূৰ্ণ জীৱনত আপুনি বিয়া এখন আয়োজন কৰিবলৈ আগ্ৰহী হয় কিন্তু তেতিয়া ই আপোনাক বিয়া খন আয়োজন কৰাৰ সময়ত দেখা দিয়া নানা সৰু বৰ সমস্যাই আগত আহি ধৰা দিয়ে আৰু যি সমূহ সমস্যা লগত আপোনি বিয়া সেই নিৰ্দিষ্ট দিনটোৰ লৈকে সমাধান কৰাত ব্যস্ত থাকে আৰু শেষত গৈ আনন্দৰ মূহুৰ্ত বোৰ তো আপোনি ক্লান্ত আৰু ভাগৰুৱা হৈ থাকে ..হয়তো আপোনাৰ কৰোবাত ৰৈ যায় দূৰৈৰ পৰা সেই নিজৰ সম্বন্ধীয় সকলৰ লগত এপলক হাঁহি ফুৰ্তিত সময় কতাবলৈ বা এবাৰ মন খুলি সেই নিৰ্দিষ্ট দিনটোৰ সময় বোৰ অনুভৱ কৰিবলৈ.....

এতিয়া ৰ পৰা আপুনি তেনে কোনো চিন্তা নকৰিব আমি আপোনাৰ বিয়া খন আয়োজন কৰোতে আপোনাক সেই সকলো সময় আপোনাক আনন্দত অতিবাহিত কৰিব দিম কোনো চিন্তা ত নহয়. আপুনি মাথো অতিথি সকলক সময় দিয়ক আনন্দৰ সেই মুহুৰ্ত বোৰ উপভোগ কৰক আৰু ঘৰৰ বিয়া খনত সকলোৰে লগত এপাক জানো নে নাচি থাকিব পাৰি.......

           আমি আপোনাক আপোনাৰ বিয়া খনত দৰকাৰ হোৱা সকলো সামগ্ৰী আৰু সেৱা আপোনাক যুগুতাই দিয়া লগতে বিয়া দিনতো আমাৰ Dreams পৰিয়ালৰ সদস্য সকলে এজন পৰিয়ালৰ সদস্য দৰে দায়িত্ব লৈ তাত উপস্থিত থাকিব যিয়ে আমাক আনত কৈ পৃথক কৰে.

          আপোনাক আমি আপোনাৰ বিয়া খনত যোগান ধৰা সামগ্ৰী সমূহৰ লগতে সেৱা সমূহৰ গুনাগুন ৰ মানদণ্ড আপুনি বিচৰাত কৈ যে অধিক পাব তাৰ প্ৰতিশ্ৰুতি আমি আপোনাক দিম....
 

হয়তো ইয়াত লিখাত আপোনাৰ মনৰ বহু প্ৰশ্নৰ উত্তৰ আমি দিব পৰা নাই সেই বাবে আপুনি আমাৰ তলত উল্লেখ কৰা ঠিকনাত বা দূৰভাষ ত যোগাযোগ কৰিলেই আপোনাৰ সকলো প্ৰশ্ন ৰ উত্তৰ পাব. 
ধন্যবাদ.

আমাৰ যোগাযোগৰ ৰ ঠিকনাShop No 12 ,OPP. SBI ATM, Red Cross Road, Sibsagar,Assamদুৰভাষ:-8011428030

1 comment:

  1. Play Free Casino Slots at JT Hub
    This guide will explain how to play free casino 전주 출장안마 slots. 삼척 출장안마 We explain the best casinos 안성 출장샵 to play free 여수 출장샵 casino slots online, including our top 군산 출장마사지 casinos.

    ReplyDelete